অসমগুৱাহাটীদৈনিক বাতৰি

গুৱাহাটীত পুনৰ জঘন্য ধৰ্ষণকাণ্ড! মূকবধিৰ বৃদ্ধা মাতৃ-কন্যাক দলবদ্ধ ধৰ্ষণ

গুৱাহাটীত পুনৰ জঘন্য ধৰ্ষণকাণ্ড! মূকবধিৰ বৃদ্ধা মাতৃ-কন্যাক দলবদ্ধ ধৰ্ষণ

গুৱাহাটীত পুনৰ জঘন্য ধৰ্ষণকাণ্ড

মূকবধিৰ বৃদ্ধা মাতৃ-কন্যাক দলবদ্ধ ধৰ্ষণ

ধৰ্ষণতে ক্ষান্ত নাথাকি চলালে তালিবানী শাস্তি

সাতগাঁৱৰ তালতলাত এই জঘন্য ঘটনা

৪ অভিযুক্তক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ আৰক্ষীৰ

গ্ৰেপ্তাৰ অমিত প্রধান, বিমল ছেত্রী, ছায়া প্ৰধান, সন্ধিয়া সোণাৰ

পলাতক আন ৪ লম্পটক বিচাৰি আৰক্ষীৰ অভিযান

১৭ মে’ৰ নিশা সংঘটিত হৈছিল পাশৱিক ঘটনা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine − 5 =

Back to top button