অপৰাধঅসমগুৱাহাটী

সাৱধান! আপুনি ক্ৰয় কৰি মিনাৰেল ৱাটাৰ বুলি খাই থকা পানী দমকল আৰু কুৱাৰ পানীহে।

মহানগৰীত খোৱাপানীৰ নামত বৰবিহ

সাৱধান! আপুনি ক্ৰয় কৰি মিনাৰেল ৱাটাৰ বুলি খাই থকা পানী দমকল আৰু কুৱাৰ পানীহে।

মহানগৰীত খোৱাপানীৰ নামত বৰবিহ। মিনাৰেল ৱাটাৰৰ নামত অসাধু ব্যৱসায়ীৰ ৰমৰমীয়া বেহা

দুজনক গ্ৰেপ্তাৰ কৰাৰ পিছতেই পোহৰলৈ আহে এই কথা। নুনমাটি আৰক্ষীৰ জালত ধৃত আব্দুল কৰিম, জাকিৰ হুছেইন।

BAILLEY কোম্পানীৰ নামত অসাধু ব্যৱসায়ীয়ে চলাই আছিল ব্যৱসায়। পুৰণি বটলত নতুন ছিল লগাই গ্ৰাহকক প্ৰবঞ্চনা কৰি আহিছিল এই ব্যৱসায়ীসকলে। BAILLEY কৰ্তৃপক্ষৰ তৎপৰতাত পোহৰলৈ আহে সমগ্র ঘটনা

বিক্ৰী কৰি থকা অৱস্থাত পানী ভর্তী AS14 AC 0537 নম্বৰৰ এখন Tata ACE বাহন Bailley কৰ্তৃপক্ষই জব্দ কৰি গতালে নুনমাটি আৰক্ষীক। ঘটনা সন্দৰ্ভত Udayak Agro products Pvt Ltd নামৰ প্ৰতিষ্ঠান টোৱে নুনমাটি আৰক্ষী থানাত দাখিল কৰে এজাহাৰ। এজাহাৰৰ ভিত্তিত নুনমাটি আৰক্ষীয়ে ঘটনাত জড়িত আব্দুল কৰিম আৰু জাকিৰ হুছেইন নামৰ দুজনক আটক কৰি আৰম্ভ কৰিছে তদন্ত।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × five =

Back to top button