AssamCity newsCMO Assamঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

সম্প্ৰসাৰিত পূৰবী দুগ্ধ প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠান, প্ৰকল্প উদ্বোধন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

সম্প্ৰসাৰিত পূৰবী দুগ্ধ প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠান

প্ৰকল্প উদ্বোধন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

অনুষ্ঠানত উপস্থিত মন্ত্ৰী অতুল বৰা, নন্দিতা গাৰ্লোচা

কৃষিবাণিজ্য, গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প অধীনত অনুষ্ঠান

পাঞ্জাবাৰীৰ পূৰবী ডেইৰীৰ চৌহদত প্ৰকল্প উদ্বোধন

ডেইৰীৰ গাখীৰ প্ৰক্ৰিয়াকৰণ প্ৰকল্পই সতেজ পেক কৰা গাখীৰ আৰু বিভিন্ন সামগ্ৰী যেনে পনীৰ, দৈ, সোৱাদযুক্ত গাখীৰ, ক্ৰীম, ঘিউ আদি প্ৰস্তুত কৰি ৰাজ্যৰ অৰ্থনীতি নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten + three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.