অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক
মণিপুৰৰ পৰিস্থিতিক লৈ আজি নতুন দিল্লীত গুৰুত্বপূৰ্ণ বৈঠক
![মণিপুৰৰ পৰিস্থিতিক লৈ আজি নতুন দিল্লীত গুৰুত্বপূৰ্ণ বৈঠক মণিপুৰৰ পৰিস্থিতিক লৈ আজি নতুন দিল্লীত গুৰুত্বপূৰ্ণ বৈঠক](https://prathamkhabartv.com/wp-content/uploads/2023/06/Manipur-Amit-Shah-780x470.jpg)
মণিপুৰৰ পৰিস্থিতিক লৈ আজি নতুন দিল্লীত গুৰুত্বপূৰ্ণ বৈঠক
কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ব সৰ্বদলীয় বৈঠক
ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভতো হ’ব আলোচনা
বিয়লি ৩ বজাত অনুষ্ঠিত হ’ব এই বৈঠকখন