অসমআন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰিভাৰত

আন্তৰ্জাতিক পৰ্য্যায়ত উজলিল অসম কন্যাI

এছিয়ান ৱৰ্ল্ড আৰ্ম ৰেষ্টলিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক জিনিলে নিলুফাৰ আহমেদে

আৰৱত উজলিল অসম কন্যাI

এছিয়ান ৱৰ্ল্ড আৰ্ম ৰেষ্টলিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক জিনিলে নিলুফাৰ আহমেদেI

আন্তৰ্জাতিক পৰ্য্যায়ৰ পাঞ্জা খেলত এই সাফল্য অসম কন্যাৰ।

প্ৰতিযোগিতাত নিলুফাৰ আহমেদে ৬৫-৭০ কেজি শাখাত আজুৰিলে এই পদক।

আজি খেলুৱৈ গৰাকীক গুৱাহাটী প্ৰেছ ক্লাৱত বিভিন্ন দল সংগঠনৰ সম্বৰ্ধনা।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen − fifteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.