solar eclipsespaceunivers

লক্ষ্য স্পৰ্শৰ দিশে সফলতাৰে আগুৱাইছে ভাৰতৰ প্ৰথম সূৰ্যযান আদিত্য L-1।

শুকুৰবাৰে আদিত্য L-1এ সফলতাৰে সম্পন্ন কৰে পৃথিৱীৰ কক্ষপথত চতুৰ্থটো প্ৰদক্ষিণ

লক্ষ্য স্পৰ্শৰ দিশে সফলতাৰে আগুৱাইছে ভাৰতৰ প্ৰথম সূৰ্যযান আদিত্য L-1। শুকুৰবাৰে আদিত্য L-1এ সফলতাৰে সম্পন্ন কৰে পৃথিৱীৰ কক্ষপথত চতুৰ্থটো প্ৰদক্ষিণ। সূৰ্য আৰু পৃথিৱীৰ মাজৰ লাগ্ৰেঞ্জ পইণ্ট ওৱানৰ দিশে গতি কৰাৰ বাবে শীঘ্ৰে হেল’ কক্ষপথত উপনীত হ’বগৈ আদিত্য L-1।

২ ছেপ্টেম্বৰত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই উৎক্ষেপণ কৰিছিল আদিত্য L-1। পৃথিৱীৰ পৰা ১৫ লাখ কিঃমিঃ অতিক্ৰম কৰি লাগ্ৰেঞ্জ পইণ্ট ওৱানত অৱস্থান ল’ব ভাৰতৰ প্ৰথমখন সূৰ্যযানে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 3 =

Back to top button