AssamCMO AssamGovernment SchemeHimanta Biswa SarmaSocial

লাচিতঘাটত শুভাৰম্ভ কেইবাখনো জাহাজ; মুকলি এখন উদ্ধাৰকাৰী নাও

আভ্যন্তৰীণ জল পৰিবহণক সুচল কৰাৰ লক্ষ্য চৰকাৰৰ

আভ্যন্তৰীণ জল পৰিবহণক সুচল কৰাৰ লক্ষ্য চৰকাৰৰ

লাচিতঘাটত শুভাৰম্ভ কেইবাখনো জাহাজ

লাচিতঘাটত উপস্থিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

জাহাজকেইখন মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে

মুকলি ১০খন কাটামাৰান জাহাজ, ৩খন টাগ বোট

মুকলি এখন উদ্ধাৰকাৰী নাও

অত্যাধুনিক জাহাজত উঠিব পাৰিব ১০০জন যাত্ৰী

৬খন লঘু বাহন কঢ়িয়াই নিব পাৰিব জাহাজকেইখনত

শুভাৰম্ভণিৰ পিছতেই ঘাটলৈ প্ৰেৰণ কৰা হ’ব জাহাজ

উপস্থিত মন্ত্ৰী পৰিমল শুক্লবৈদ্য, জয়ন্ত মল্লবৰুৱা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven + fourteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.