অসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰতৰাজনৈতিক

কেনেদৰে সংঘটিত হৈছিল কামাখ্যা মন্দিৰৰ ভয়ংকৰ ঘটনা… এই সন্দৰ্ভত আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ বৰ্ণনা….

চাৰি বছৰ অন্তত ফাদিল হ’ল কামাখ্যাৰ নৰবলিৰ ৰহস্য

কামাখ্যাৰ নৰবলিৰ ঘটনাৰ ৰহস্য ফাদিল

ঘটনা সন্দৰ্ভত মহানগৰ আৰক্ষী আয়ুক্তৰ সংবাদ মেল

চাৰি বছৰ অন্তত ফাদিল হ’ল কামাখ্যাৰ নৰবলিৰ ৰহস্য

নৰবলি কাণ্ডৰে জড়িত ৫ জনকৈ লোকক গ্ৰেপ্তাৰ

গ্ৰেপ্তাৰ কানু তান্ত্ৰিক ওৰফে কানু আচাৰ্যী

গ্ৰেপ্তাৰ ৰাজু বাবা ওৰফে ভায়াৰাম মাওৰেয়া

গ্ৰেপ্তাৰ দীনেশ ওৰফে ৰাজু, মাতা প্ৰসাদ পাণ্ডে, সুৰেশ ৰাৱানা

২০১৯ চনৰ ১৯ জুনত সংঘটিত হৈছিল এই ঘটনা

শান্তি শ্ব’ নামৰ এগৰাকী মহিলাক কৰা হৈছিল হত্যা

অম্বুবাচীলৈ আহি সন্ধানহীন হৈছিল শান্তি শ্ব’

পুত্ৰ সুৰেশ শ্ব’ই চিনাক্ত কৰিছিল মাতৃৰ মৃতদেহ

সুৰেশ শ্ব’ই মাতৃৰ TATTOO চাই চিনাক্ত কৰিছিল মৃতদেহ

কামাখ্যাৰ জয় দুৰ্গাৰ মন্দিৰৰ সমীপত উদ্ধাৰ হৈছিল মৃতদেহ

উদ্ধাৰ মহিলাগৰাকীৰ ম’বাইল, আধাৰ কাৰ্ড

ঘটনাৰ মূল মাষ্টাৰমাইণ্ড আছিল ভায়াৰাম মাওৰেয়া

মা কামাখ্যাক সন্তুষ্ট কৰিবৰ বাবে দিছিল নৰবলি

নৰবলি কাণ্ডত তান্ত্ৰিক আছিল প্ৰদীপ পাঠক

ভূতনাথত ওৰে নিশা চলিছিল পূজা

পূজাৰ সময়ত আছিল ১২ জনকৈ মানুহ

পূজাৰ শেষত কামাখ্যা দৰ্শনৰ বাবে লৈ গৈছিল মহিলাগৰাকীক

পশ্চিমবংগৰ হুগলীৰ তাতিপাৰাত আছিল মহিলাগৰাকী

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 − one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.