সময় বঢ়াৰ লগে লগে দেখিবলে পোৱা গৈছে ক’ভিড-১৯ৰ এটাৰ পাছত আনটো ভেৰিয়েন্ট। লগতে পূৰ্বতকৈ অধিক শক্তিশালী তথা মাৰাত্মক ৰূপ দেখিবলে পোৱা গৈছে ক’ভিড-১৯ৰ নতুন ভেৰিয়েন্ট।
ডেল্টা আৰু ডেল্টা প্লাছ ভেৰিয়েন্টৰ পাছত এইবাৰ ধৰা পৰিছে কোভিড-১৯ৰ আন এটা মিউটেন্টে। যাৰ নাম হৈছে ‘লাম্বদা’ (Lambda)।
কোভিড-১৯ৰ ‘লাম্বদা’ ভেৰিয়েন্ট ভাৰতত প্ৰথম আৱিস্কৃত ডেল্টাতকৈয়ো মাৰাত্মক। বিশেষজ্ঞসকলৰ মতে ‘লাম্বদা’ ভেৰিয়েন্ট যোৱা ডেৰ বছৰ ধৰি কোভিড-১৯ৰ বিৰুদ্ধে লাভ কৰা অগ্ৰগতিৰ প্ৰতি এক নতুন ভাবুকি। এমাহৰ ভিতৰতে এই ভেৰিয়েন্ট ৩০খন দেশলৈ সংক্ৰমিত হৈছে।
অৱশ্যে ভাৰতত এতিয়ালৈকে লাম্বদা ভেৰিয়েন্টৰ উপস্থিতি ধৰা পৰাৰ কোনো বাতৰি পোৱা হোৱা নাই।
Read Next
Assam
এপ্ৰিল 8, 2025
সুৰা ক্ৰেতাসকলৰ বাবে ভাল খবৰ!
Assam
এপ্ৰিল 8, 2025
পঞ্চায়ত নিৰ্বাচন-কংগ্ৰেছ নিজৰ মাজতে যুঁজত ব্যস্ত
Assam
এপ্ৰিল 8, 2025
কাজিৰঙাৰ বুকুত আনন্দৰ বন্যা…
Assam
এপ্ৰিল 8, 2025
পঞ্চায়ত নিৰ্বাচন
Assam
এপ্ৰিল 8, 2025
ৰাষ্ট্ৰপতিৰ বিশেষ নিৰাপত্তাৰ দায়িত্বত অসম সন্তান !

এপ্ৰিল 25, 2025
বিহু আৰু সত্ৰীয়া নৃত্যৰ দীর্ঘতম ৰিলে ভাৰতৰ নম্বৰ ১ আল্ট্রাটেক চিমেণ্টৰ বিহুত অভিলেখ সৃষ্টি
এপ্ৰিল 23, 2025
PAHALGAM HORROR ATTACK : হিন্দুৰ তে*জেৰে ৰাঙলী হ’ল কাশ্মীৰৰ পহলগাম
এপ্ৰিল 11, 2025
‘ৰেচন কাৰ্ড থকা সকলে বিনামূলীয়াকৈ লাভ কৰিব পানী’ : মৃগেন শৰণীয়া
এপ্ৰিল 9, 2025
সলনি হ’ল উজনি অসমৰ পৰা গুৱাহাটীলৈ অহাৰ পথ! কোনফালে যাত্ৰা কৰিব আপুনি?
এপ্ৰিল 9, 2025
যাদৱ পায়েং,পূৰ্ণিমা দেৱী বৰ্মনলৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী।

Related Articles
ঈদৰ দিনাই পথ দুৰ্ঘটনাত মৃত্যুক সাবতিলে শুকুৰ আলীয়ে
মাৰ্চ 31, 2025