অসম

পুনৰ নতুন SOP: ভোগালী বিহুক লৈ পুনৰ কি বিশেষ ঘোষণা মুখ্যমন্ত্ৰীৰ?

পূৰ্বতে নিশা ১০ বজাৰ পৰা ৫ বজালৈকে আছিল সান্ধ্য আইনৰ সময়সীমা

⚫ভোগালী বিহুৰ বাবে চৰকাৰৰ নতুন SOP

⚫মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে সান্ধ্য আইনৰ নতুন সময়সীমা

⚫হ্ৰাস হ’ল উৰুকাৰ নিশাৰ সান্ধ্য আইনৰ সময়

⚫নিশা ১১ বজাৰ পৰা পুৱা ৪ বজালৈ সান্ধ্য আইন

⚫পূৰ্বতে নিশা ১০ বজাৰ পৰা ৫ বজালৈকে আছিল সান্ধ্য আইনৰ সময়সীমা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 + 8 =

Back to top button