Assamleatest updatenatural disasternorth eastSocial

হিমাচল প্ৰদেশত পুনৰ প্ৰকৃতিৰ তাণ্ডৱলীলা; তাচপাতৰ দৰে খহি পৰিছে ওখ ওখ অট্টালিকা

ৰাজ্যখনত বতৰ বিজ্ঞানে জাৰি কৰিছে ৰেড এলাৰ্ট

হিমাচল প্ৰদেশত পুনৰ প্ৰকৃতিৰ তাণ্ডৱলীলা

প্ৰদেশখনৰ ছিমলাত ভয়ংকৰ ভূমিস্খলন

প্ৰকৃতিৰ তাণ্ডৱত বিধ্বস্ত ছিমলা

ভূমিস্খলনত মৃত্যু ১২ জনকৈ লোকৰ

তাচপাতৰ দৰে খহি পৰিছে ওখ ওখ অট্টালিকা

মাত্ৰ ৩০ চেকেণ্ডত খহি পৰে ৭টাকৈ অট্টালিকা

ঘটনাস্থলীত এতিয়াও অব্যাহত আছে খহনীয়া

নেৰেনেপেৰা বৰষুণ, ভূমিস্খলনৰ বাবে বন্ধ ৪০০টা পথ

বন্ধ কৰি দিয়া হৈছে কুল্লু-মানালী পথ

ৰাজ্যখনত বতৰ বিজ্ঞানে জাৰি কৰিছে ৰেড এলাৰ্ট

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.