শ্ৰেণীবিহীন

৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা।

‘অনুৰ’লৈ শ্ৰেষ্ঠ অসমীয়া ছবি ৰাষ্ট্ৰীয় বঁটা

৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা
‘অনুৰ’লৈ শ্ৰেষ্ঠ অসমীয়া ছবি ৰাষ্ট্ৰীয় বঁটা
মঞ্জুল বৰুৱাৰ চলচ্চিত্ৰ ‘অনুৰ’
‘অনুবাদ’লৈ শ্ৰেষ্ঠ সামাজিক ছবিৰ বঁটা
ছবিখনৰ পৰিচালক ৰীমা বৰা
বিশিষ্ট অভিনেতা কুলদা কুমাৰ ভট্টাচাৰ্যলৈ ৰাষ্ট্ৰীয় বঁটা
হাতীবন্ধুৰ বাবে এই বঁটা ভট্টাচাৰ্যলৈ
মিছিং ছবিৰ শ্ৰেষ্ঠ বঁটা বুম্বা ৰাইডলৈ
শ্বেৰশ্বাহলৈ জুৰিৰ বিশেষ বঁটা
এক থা থা গাঁৱলৈ শ্ৰেষ্ঠ তথ্যচিত্ৰৰ সন্মান
শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় ছবিৰ সন্মান RRRলৈ
ৰাষ্ট্ৰীয় একতাৰ শ্ৰেষ্ঠ ছবি কাশ্মীৰ ফাইলছ
শ্ৰেষ্ঠ নেপথ্য গায়িকাৰ বঁটা শ্ৰেয়া ঘোষাললৈ
ক’লা-বৈভৱলৈ শ্ৰেষ্ঠ নেপথ্য গায়কৰ বঁটা
অল্লু অৰ্জুনলৈ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা
পুষ্পা দ্য ৰাইজ ছবিৰ বাবে এই বঁটা অল্লু অৰ্জুনলৈ
শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা কৃতি সেনন আৰু আলিয়া ভাটলৈ
গংগোবাঈ কাঠিয়াৱাড়ী ছবিৰ বাবে বঁটা আলিয়া ভাটলৈ
মিমি ছবিৰ বাবে কৃতিলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা
‘বকেট্ৰীঃ দ্য নাম্বীলৈ শ্ৰেষ্ঠ ছবিৰ স্বৰ্ণকমল

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 + 20 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.