AssamCity newsnationalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতমেঘালয়ৰাজনৈতিক

মেঘালয়ত গোৱালপাৰাৰ ৩ যুৱকক নৃশংস হত্যা, ৱাগাচিৰ জংঘলত উদ্ধাৰ অগ্নিদগ্ধ মৃতদেহ……

মেঘালয়ত গোৱালপাৰাৰ ৩ যুৱকক নৃশংস হত্যা

ৱাগাচিৰ জংঘলত উদ্ধাৰ অগ্নিদগ্ধ মৃতদেহ

পূব গাৰো পাহাৰ জিলাৰ ৱাগাচিত এই ঘটনা

উদ্ধাৰ জমৰ আলী, নুৰ মহম্মদৰ মৃতদেহ

জমৰ আলী আৰু নুৰ মহম্মদৰ ঘৰ আছিল দলগোমাত

এতিয়াও চিনাক্ত হোৱা নাই আনটো মৃতদেহ

ফুৰিবলৈ বুলি মেঘালয়লৈ গৈছিল তিনিওজন

গাড়ীসহ দুৰ্বৃত্তই জীৱন্তে জ্বলাই দিয়াৰ সন্দেহ

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + thirteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.