অসমবিশ্বমনোৰঞ্জন

গৰ্ভধাৰণ কৰা পুৰুষৰ জন্ম হ’ল সন্তান!তৃতীয় লিংগ জিয়া-জাহাদৰ জীৱনলৈ আহিল সুখ!

এহাল কিন্নৰৰ দম্পতী এইয়া

এটা ব্যতিক্ৰমী দম্পতী। এই দম্পতী কোনো পুৰুষ বা মহিলাৰ দম্পতী নহয়। এহাল কিন্নৰৰ দম্পতী এইয়া।এই তৃতীয় লিংগৰ দম্পতীটো হৈছে কেৰালাৰ। তেওঁলোকৰ নাম জিয়া আৰু জহাদ।

Related Articles

যোৱা তিনি বছৰ ধৰি ২৩ বছৰীয়া জহাদ আৰু ২১ বছৰীয়া ট্ৰেন্স মহিলা জিয়াই একেলগে বাস কৰি আহিছে। ল’ৰা হিচাপে জন্মগ্ৰহণ কৰা জিয়া পিছলৈ ছোৱালীলৈ ৰূপান্তৰিত হোৱাৰ বিপৰীতে জাহাদ ছোৱালীৰ পৰা ল’ৰালৈ সলনি হয়।উল্লেখ্য যে জাহাদে গৰ্ভধাৰণ কৰিছিল আৰু তেওঁলোকৰ এই খবৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। আৰু এতিয়া জাহাদে জন্ম দিলে এটি সন্তান।সামাজিক মাধ্যমত জিয়াই সন্তানটিৰ ফটো শ্বেয়াৰ কৰিছে।কিন্ত তেওঁলোকে সন্তানটিৰ লিংগ এতিয়ালৈ ৰাজহুৱা কৰা নাই।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.