Assamassam policeCity newsnationalঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰি

মহানগৰীৰ পাণবজাৰত মৰেল পুলিচিঙত যুৱকৰ মৃত্যু… চোৰৰ সন্দেহত ২ যুৱকক গণপ্ৰ*হা*ৰ

গুৱাহাটীৰ পাণবজাৰত মৰেল পুলিচিঙৰ ঘটনা

চোৰৰ সন্দেহত ২ যুৱকক গণপ্ৰ*হা*ৰ

২ যুৱকক মা*ৰ*ধ*ৰ কৰি পেলাই থৈছিল নলাত

এদল উন্মত্তৰ প্ৰ*হা*ৰ*ত মৃত্যু এজন যুৱকৰ

মৃত যুৱকজন পেছাত এজন ৰিক্সাচালক

আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হৈছে বহু অভিযোগ

আৰক্ষীয়ে ঘটনাস্থলীতে এৰি থৈ গৈছিল দুয়োকে

চিকিৎসাধীন আনজনৰ অৱস্থা বৰ্তমানেও সংকটজনক

দীৰ্ঘদিনে অঞ্চলটোত চলি আহিছিল চোৰৰ উপদ্ৰৱ

পদপথৰ ফাষ্টফুডৰ দোকানৰ পৰা চিলিণ্ডাৰকে ধৰি বহু সামগ্ৰী চুৰি

স্থানীয় একাংশই হাতে-লোটে কৰায়ত্ব কৰিছিল ২ যুৱকক

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.