Socialঅসমআঞ্চলিকগুৱাহাটীচিকিৎসাস্বাস্থ্য

মহানগৰীৰ লালগণেশত দিনজোৰা কৰ্যসূচীৰে বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান অনুষ্ঠান…

সনাতন ডেকা বজাৰৰ ব্যৱসায়ীৰ উদ্যোগত বিনামূলীয়াকৈ চিকিৎসা আৰু ঔষধ বিতৰণ অনুষ্ঠান কৰা হয়

মহানগৰীৰ লালগণেশত দিনজোৰা কাৰ্যসূচীৰে বিনামুলীয়াকৈ চিকিৎসা সেৱা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয়। সনাতন ডেকা বজাৰৰ ব্যৱসায়ীসকলৰ উদ্যোগত বিনামূলীয়াকৈ চিকিৎসা আৰু ঔষধ বিতৰণ অনুষ্ঠানৰ আয়োজন।
প্ৰায় দুই শতাধিক লোকক চিকিৎসা সেৱা প্ৰদান কৰে অভিজ্ঞ চিকিৎসকৰ দলে।

পূৰ্বেও বহু সামাজিক কাম-কাজৰ লগত জড়িত হৈ আছে শ্বহীদ সনাতন ডেকা বজাৰৰ ব্যবসায়ী সকল। অঞ্চলটোৰ আৰ্থিক ভাৱে পিছপৰা পুৰুষ মহিলাসকলক চিকিৎসা সেৱাৰ লগতে কেইবাটাও বিনামূলীয়া পৰীক্ষা সম্পন্ন কৰে।

উল্লেখযোগ্য যে, শ্বহীদ সনাতন ডেকা বজাৰৰ ব্যৱসায়ী সকলে আৰ্থিকভাৱে দুৰ্বল লোকসকলক বিভিন্ন সময়ত বিভিন্ন ধৰণে সহায় সহযোগ কৰি আহিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve + twelve =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.