অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

জাগীৰোডত উৎখাত নাৰী সৰবৰাহকাৰী চক্ৰ, আৰক্ষীৰ জালত হিমাচল প্ৰদেশৰ ৪জনীয়া দল

জাগীৰোডত উৎখাত নাৰী সৰবৰাহকাৰী চক্ৰ

আৰক্ষীৰ জালত হিমাচল প্ৰদেশৰ ৪জনীয়া দল

৪জনীয়া দলটোত আছিল হিমাচলৰ এগৰাকী মহিলাও

জাগীৰোডৰ ২ দালালকো আটক আৰক্ষীৰ

প্ৰৱঞ্চনাৰে জাগীৰোডৰ যুৱতীক বিয়া কৰোৱাৰ অভিযোগ

যুৱতীগৰাকীক লৈ হিমাচলৈ যোৱাৰ সময়ত আটক

ঘটনা সন্দৰ্ভত জাগীৰোড থানাত গোচৰ ৰুজু

আৰক্ষীয়ে আটক কৰিছে হিমাচল প্ৰদেশৰ সন্দীপ কুমাৰ, ৰীণা দেৱী, প্ৰবীন কুমাৰ, লাকী কুমাৰৰ লগতে স্থানীয় দালাল হৰি বাহাদুৰ সোনাৰী আৰু বিলাসী পাটৰক ৷ দৰিদ্ৰ পৰিয়ালৰ যুৱতীক ধনৰ প্ৰলোভনেৰে বিয়া কৰাই পৰৱৰ্তী সময়ত অসামাজিক কাৰ্যকলাপত লিপ্ত কৰোৱাৰ সন্দেহ প্ৰকাশ কৰিছে সচেতন মহলে ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × five =

Back to top button