AssamCity newsSocialSocial NetworkSportsগুৱাহাটীদৈনিক বাতৰি

কাইলৈ গুৱাহাটীত IPLৰ হাইভল্টেজ মেচক লৈ যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা

বহু পথত নিষিদ্ধ থাকিব বাণিজ্যিক বাহনৰ চলাচল

কাইলৈ গুৱাহাটীত IPLৰ হাইভল্টেজ মেচ

সমুখ সমৰত কলকাতা নাইট ৰাইডাৰ্ছ-ৰাজস্থান ৰয়েলছ

মেচক লৈ যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা

বহু পথত নিষিদ্ধ থাকিব বাণিজ্যিক বাহনৰ চলাচল

GS ৰোড, বি কে কাকতি ৰোড, এ কে আজাদ ৰোডত নিষেধাজ্ঞা

AK দেব ৰোড, কুল বসুমতাৰী ৰোড, FA ৰোডতো নিষেধাজ্ঞা

নিষেধাজ্ঞা বিষ্ণুপুৰ ৰোড, MG ৰোড, AT ৰোড, GNB ৰোড

কাহিলীপাৰা ৰোডতো বন্ধ  থাকিব  বাণিজ্যিক  বাহনৰ চলাচল

৩ চকীয়া সামগ্ৰী কঢ়িওৱা বাহনৰো চলাচলতো নিষেধাজ্ঞা

১৯ মে’ত আৰ্য নগৰ পৰা লখৰা চাৰিআলিলৈ One Way

বৰ্ষাপাৰা তিনিআলি-ধিৰেন পাৰা তিনিআলি পথটো One Way

জৰুৰীকালীন বাহনৰ ক্ষেত্ৰত কাৰ্যকৰী নহ’ব এই নিষেধাজ্ঞা

AK AZAD ROADৰে আহিব পাৰিব ২নং গেটেৰে প্ৰৱেশ কৰিবলগীয়া দৰ্শক

৩নং গেটৰ দৰ্শকে RG BORUAH ৰোডেদি সোমাব পাৰিব

Rolling Mill Roadৰে সোমাব পাৰিব ৪নং গেটৰ দৰ্শক

ভূপেন হাজৰিকা পথেদি সোমাব পাৰিব ৫নং গেটৰ দৰ্শক

ভূপেন হাজৰিকা পথেদি সোমাব পাৰিব ৬নং গেটৰ দৰ্শকো

বৰ্ষাপাৰা পথেদি সোমাব পাৰিব ৭নং গেটৰ দৰ্শক

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.