অপৰাধঅসম

খাকী পোচাকত দাগ! চিটি বাছত কিশোৰীক নিৰ্যাতন কৰি ৰঙা ঘৰলৈ খাকী পোচাকধাৰী…

খাকী পোচাকধাৰীৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ তুলিলে ভুক্তভোগীৰ মাতৃয়ে। চলন্ত চিটিবাছৰ চীটত বহি জোৱানেজনে নিৰ্যাতন চলোৱাৰ অভিযোগ কিশোৰীগৰাকীৰ মাতৃৰ৷

কিমান সুৰক্ষিত নাৰী? বাৰে বাৰে নাৰী সুৰক্ষাৰ প্ৰশ্ন উত্থাপন হোৱাৰ সময়তে এইবাৰ আকৌ প্ৰমাণ হ’ল নাৰীৰ অসুৰক্ষিত থকাৰ কথা। ৰাজহুৱা স্থানতো এতিয়া সুৰক্ষিত নহয় নাৰী।

পিছে এইবাৰ খাকী পোচাকধাৰীয়ে সংঘটিত কৰিলে নিৰ্যাতনৰ দৰে ঘৃণনীয় কাণ্ড। এই ঘটনা গুৱাহাটী মহানগৰৰ। গুৱাহাটীৰ লাখটকীয়াত সংঘটিত হৈছে নিৰ্যাতনৰ ঘটনা ৷গুৱাহাটীৰ চিটি বাছত এজন আৰক্ষীৰ দ্বাৰা অপদস্থ হ’ল এগৰাকী কিশোৰী।

খাকী পোচাকধাৰীৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ তুলিলে ভুক্তভোগীৰ মাতৃয়ে। চলন্ত চিটিবাছৰ চীটত বহি জোৱানেজনে নিৰ্যাতন চলোৱাৰ অভিযোগ কিশোৰীগৰাকীৰ মাতৃৰ৷

অভিযুক্ত জোৱানজন হৈছে 4th APTFৰ বাবুল কুমাৰ সীল। বৰ্তমান পাণবজাৰ আৰক্ষীৰজিম্মাত অভিযুক্ত বাবুল কুমাৰ সীল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen + twenty =

Back to top button