অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

লোকসভাৰ পূৰ্বে নহয় মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

লোকসভাৰ পূৰ্বে নহয় মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ

স্পষ্ট কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই

আৰক্ষীৰ স্বেচ্ছামূলক অৱসৰ প্ৰসংগত মুখ্যমন্ত্ৰী

‘প্ৰায় ৩০০ আৰক্ষী কাম কৰিব পৰাকৈ সুস্থ নহয়’

‘সুৰাপান কৰাৰ ফলত সুস্থ নহয় একাংশ আৰক্ষী’

‘১২৬টা সমষ্টিতে হ’ব উপায়ুক্তৰ সমকক্ষৰ কাৰ্যালয়’

‘ADCৰ হাতত থাকিব সকলো কৰ্তৃত্ব’

‘আইন-শৃংখলা, গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব উপায়ুক্তই’

‘ভূমি আৰু অন্যান্য কাম ১২৬টা সমষ্টিত কৰিব ADCয়ে’

ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে এই ব্যৱস্থা

তিনিচুকীয়াত  DC সন্মিলনত কাৰ্যকৰী হ’ব এই সিদ্ধান্ত

৩ আৰু ৪ মে’ত ঘোষণা হ’ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ ফলাফল
লটাৰীযোগে চৰকাৰে বিভাগ নিৰ্বাচন কৰিব, ৯ মে’ত বিভাগসমূহ দেখা পাব প্ৰাৰ্থীসকলে
১১ মে’ত পোষ্টিঙৰ সৈতে নিযুক্তি পত্ৰ লাভ কৰিব মেধাৱী প্ৰাৰ্থীয়ে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 + 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.