অসমদৈনিক বাতৰি

গোলকগজ্ঞৰ কৈমাৰীত গংগাধৰ নৈৰ বানৰ কবলত অৰ্ধশতাধিক পৰিয়াল

গোলকগজ্ঞৰ কৈমাৰীত গংগাধৰ নৈৰ বানৰ কবলত অৰ্ধশতাধিক পৰিয়াল

গোলকগজ্ঞৰ কৈমাৰীত গংগাধৰ নৈৰ বানৰ কবলত অৰ্ধশতাধিক পৰিয়াল।। কৈমাৰী প্ৰথম খন্ড গাওঁত।বানপানীৰ কৱলত পৰি অৰ্ধশতাধিক পৰিয়ালে ঘৰ দুৱাৰ এৰি কৈমাৰী মজলীয়া বিদ্যালয়ত আশ্ৰয় গ্ৰহণ কৰিছে  যদিও বন্যাৰ্তক জিলা প্ৰশাসনে কোনো সাহায্য নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে।।

গাঁওখনৰ ইছলামপুৰৰ পৰা লোহাপাৰাত থকা মথাউৰিটো মেৰামতি নকৰাত গংগাধৰৰ বাঢ়নি পানীয়ে বানে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ অভিযোগ গাঁওবাসীৰ।।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 + 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.