AssamCity newsleatest updatenationalPMo indiapolitical

২২, ২৩ ডিচেম্বৰত দিল্লীৰ গুৰুত্বপূৰ্ণ বৈঠক; প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ উপস্থিতিত হ’ব এই বৈঠক

বৈঠকত ৩২৫খন আসনৰ লক্ষ্যৰে ৰণনীতি প্ৰস্তুত কৰিব BJPএ

২২, ২৩ ডিচেম্বৰত দিল্লীৰ গুৰুত্বপূৰ্ণ বৈঠক

প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ উপস্থিতিত হ’ব এই বৈঠক

বৈঠকত উপস্থিত থাকিব ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা

প্ৰতিখন ৰাজ্যৰ সভাপতি, সাংগঠনিক সাঃ সম্পাদকে ল’ব অংশ

এই বৈঠকতে ৩২৫খন আসনৰ লক্ষ্যৰে ৰণনীতি প্ৰস্তুত কৰিব BJPএ

ইণ্ডি এলায়েন্সৰ ৰণনীতি প্ৰতিৰোধৰো ৰচনা হ’ব কৌশল

৫ ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ পিছতে এই বৈঠকত বিবেচিত হ’ব BJPৰ চূড়ান্ত ৰূপৰেখা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − seventeen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.