ভাৰত

আজি গান্ধী জয়ন্তী। বাপু মহাত্মা গান্ধীৰ ১৫৩তম জন্মদিন!

সত্য আৰু অহিংসাৰ পূজাৰী জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ জন্মদিনত দেশজুৰি সোঁৱৰণ

আজি গান্ধী জয়ন্তী। বাপু মহাত্মা গান্ধীৰ ১৫৩তম জন্মদিন। সত্য আৰু অহিংসাৰ পূজাৰী জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ জন্মদিনত দেশজুৰি সোঁৱৰণ। দেশজুৰি উদযাপন গান্ধী জয়ন্তী।

 

দেশৰ সমান্তৰালকৈ ৰাজ্যতো পালন গান্ধী জয়ন্তী। গুৱাহাটীৰ গান্ধীমন্দপত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ উপস্হিতিত অনুষ্ঠান হয় বিশেষ অনুষ্ঠানৰ। আজিৰ দিনটোতেই মুখ্যমন্ত্রী গৰাকীয়ে ঘোষণা কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ কথা। আটক ধুনীয়াকৈ সজাই পৰাই তোলা হ’ল গান্ধীমণ্ডপ। নতুনকৈ ভিউ পয়েন্ট আৰু সৰু সৰু লৰা ছোৱালীৰ বাবে পাৰ্কৰ ব্যৱস্থা কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ সৌন্দয্যবৰ্ধনৰ নামতো ৩২৭ কোটি টকা ধাৰ্য্য কৰা হৈছে। কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাসগৃহতো গান্ধী জয়ন্তীৰ বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। গান্ধীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন, বন্তি প্ৰজ্বলন কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ।

জাতিৰ পিতা মহাত্মা গান্ধী ১৮৬৮ চনৰ ২ অক্টোবৰ তাৰিখে জন্মগ্রহণ কৰিছিল। গান্ধীয়ে স্বাধীনতা আন্দোলনৰ নামত কৰা ত্যাগ আৰু কষ্টৰ বাবে মহাত্মা গান্ধীক স্মৰণ কৰিবলৈ প্রতিবছৰে আজিৰ দিনটি পালন কৰি অহা হৈছে গান্ধী জয়ন্তী হিচাপে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 + six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.