অৰ্থনৈতিকঅসমআঞ্চলিক

পেট্ৰ’ল পাম্পত জুই! সৰ্বসাধাৰণৰ মূৰত ৰাম টাঙোন শোধাই পুনৰ বৃ্দ্ধি পালে ইন্ধনৰ মূল্য…

সৰ্বসাধাৰণৰ মূৰত ৰামটাঙোন শোধাই পুনৰ বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য। মঙলবাৰে পুনৰ বৃদ্ধি পালে ইন্ধনৰ মূল্য

পুনৰ পেট্ৰ’ল-ডিজেলৰ মূল্যত জুই। সৰ্বসাধাৰণৰ মূৰত ৰামটাঙোন শোধাই পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য। মঙলবাৰে পুনৰ বৃদ্ধি পালে ইন্ধনৰ মূল্য।

গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৯৮.৫৮ টকা। প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৯০.৬১ টকা।

ডিব্ৰুগড়ত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৯৯.৪৫ টকা, আনহাতে ডিজেলৰ মূল্য ৯১.৪১ টকা।

শিৱসাগৰত পেট্ৰ’লৰ মূল্য ৯৯.৮২ টকা, ডিজেলৰ মূল্য ৯১.৭৫ টকা।

যোৰহাটত পেট্ৰ’লৰ মূল্য ৯৮.৮৪ টকা, যোৰহাটত ডিজেলৰ মূল্য ৯০.৮৫ টকা।

গোলাঘাটত পেট্ৰ’লৰ মূল্য ৯৮.৭০ টকা, ডিজেলৰ মূল্য ৯০.৭২ টকা।

শোণিতপুৰত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৯৯.০১ টকা, প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৯১.০৩ টকা।

নগাঁৱত পেট্ৰ’লৰ মূল্য ৯৯.৫৩ টকা, ডিজেলৰ মূল্য ৯১.৪৮ টকা।

নলবাৰীত পেট্ৰ’লত মূল্য ৯৯.২৯ টকা, ডিজেলৰ মূল্য ৯১.২৬ টকা।

বৰপেটাত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৯৮.৮৭ টকা, ডিজেলৰ মূল্য ৯০.৮৭ টকা।

ধেমাজীত পেট্ৰ’লৰ মূল্য ৯৯.৯৯টকা আৰু ডিজেলৰ মূল্য ৯১.৯২ টকা।

ৰাজ্যত পেট্ৰ’ল-ডিজেলৰ মূল্য হঠাৎ বৃদ্ধি পোৱাত এতিয়া অসহায় হৈ পৰিছে ৰাজ্যবাসী। পিছে ইন্ধনৰ মূল্য হ্ৰাস কৰাৰ ক্ষেত্ৰত চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve − five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.