খেল

হিমাৰ সাফল্য: দুতী চান্দক হৰুৱাই ধিং এক্সপ্ৰেছ হিমা দাসে আজুৰিলে সোণৰ পদক…

দুবাৰৰ এচিয়ান গেমছৰ স্বৰ্ণ বিজয়ী হিমা দাসে ঘৰলৈ পুনৰ আনিলে স্বৰ্ণ পদক। শনিবাৰে, চেন্নাইত অনুষ্ঠিত হোৱা ইণ্টাৰ ষ্টেট চিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত দুতি চান্দক হৰুৱাই বিজয়ী হ'ল অসম কন্যা হিমা দাস।

দীৰ্ঘদিনৰ বিৰতিৰ পাছত পুনৰ হিমাৰ জয়যাত্ৰা। ৰাষ্ট্ৰীয় পৰ্যায়ত অসম কন্যা হিমা দাসৰ সাফল্য। ২ বছৰৰ বিৰতিৰ অন্তত সোণৰ পদক জয়ৰে জিলিকিল হিমা দাস।

 

৬১তম নেশ্যনেল ইণ্টাৰ ষ্টেট চিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত মহিলাৰ ১০০ মিটাৰ দৌৰত হিমাৰ সফলতা। দুবাৰৰ এচিয়ান গেমছৰ স্বৰ্ণ বিজয়ী হিমা দাসে ঘৰলৈ পুনৰ আনিলে স্বৰ্ণ পদক। শনিবাৰে, চেন্নাইত অনুষ্ঠিত হোৱা ইণ্টাৰ ষ্টেট চিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত দুতী চান্দক হৰুৱাই বিজয়ী হ’ল অসম কন্যা হিমা দাস। ১১.৪৩ ছেকেণ্ডেৰে অভিলেখ গঢ়িলে হিমাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.