অসমদৈনিক বাতৰি

বটদ্ৰৱা কাণ্ডৰ পুনৰাবৃত্তি, ডবকা আৰক্ষী থানাত আক্ৰমণ শতাধিক লোকৰ

বটদ্ৰৱা কাণ্ডৰ পুনৰাবৃত্তি, ডবকা আৰক্ষী থানাত আক্ৰমণ শতাধিক লোকৰ

বটদ্ৰৱা কাণ্ডৰ পুনৰাবৃত্তি

ডবকা আৰক্ষী থানাত আক্ৰমণ শতাধিক লোকৰ

গুৰুতৰভাৱে আহত আৰক্ষীৰ দুগৰাকী জোৱান

আহত জিণ্টু বৈশ্য, দিপীকা বৰা

এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যুক লৈ এই ঘটনা

আৰক্ষীয়ে আটক কৰিছে দুগৰাকী মহিলাসহ ৪জনক

ধৃত আছাদ আলী, নাচিমা বেগম, ফুল বানু, আব্দুল শুক্কুৰ

বোৱাৰীগৰাকীৰ স্বামী আব্দুল মালিকক আটক কৰিছিল আৰক্ষীয়ে

আব্দুলক ৰাইজৰ হাতত চমজাই দিয়াৰ দাবী তুলিছিল একাংশই

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − twelve =

Back to top button