leatest updatenationalPMo indiaদৈনিক বাতৰিভাৰত

আবুধাৱিৰ পিছত এইবাৰ দোহা, দুদিনীয়া ভ্ৰমণসূচীৰে কাটাৰত প্ৰধানমন্ত্ৰী মোদী

আবুধাৱিৰ পিছত এইবাৰ দোহা, দুদিনীয়া ভ্ৰমণসূচীৰে কাটাৰত প্ৰধানমন্ত্ৰী মোদী

আবুধাৱিৰ পিছত এইবাৰ দোহা

দুদিনীয়া ভ্ৰমণসূচীৰে কাটাৰত প্ৰধানমন্ত্ৰী মোদী

কাটাৰৰ প্ৰধানমন্ত্ৰী শ্বেখ মহম্মদক সাক্ষাৎ

সাক্ষাৎ কৰিব কাটাৰৰ শীৰ্ষ নেতৃত্বক

দুয়ো দেশৰ কূটনৈতিক সম্পৰ্ক সন্দৰ্ভত আলোচনা

উল্লেখ্য যে এই কেইদিন পূৰ্বে কাটাৰৰ পৰা মুক্তি লাভ কৰিছিল ৮গৰাকীকৈ ভাৰতীয় নৌসেনাৰ বিষয়া–নাৱিকে। চোৰাংচোৱাৰ গোচৰত কাটাৰ ন্যায়ালয়ত মৃত্যুদণ্ডৰ ৰায়দান পোৱা ৮গৰাকী ভাৰতীয়ক মুক্তিৰ বাবে বিগত ডিচেম্বৰৰ পৰাই ভাৰতে কূটনৈতিক বাৰ্তালাপ চলাই আহিছিল। সদৌ শেষত দেশৰ কূটনৈতিক আলোচনাই সফলতা পাইছিল আৰু ভাৰতীয় লোককেইজনে মুক্তি লাভ কৰিছিল। এই ঘটনাৰ পাছতে প্ৰধানমন্ত্ৰীৰ দুদিনীয়া কাটাৰ ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × five =

Back to top button