অসমমনোৰঞ্জন

ৰীলড্ৰামাত প্ৰথম অসমীয়া ডিটেক্টিভ থ্ৰিলাৰ ৰুদ্ৰনীল: উত্তৰপুৰুষ

অনুপম কৌশিক বৰাই পৰিচালনা কৰা এইখন প্ৰথম অসমীয়া ডিটেক্টিভ থ্ৰিলাৰ ৱেব ছিৰিজ

OTT PLATFORMৰ ৰীলড্ৰামাত মুক্তি পালে নতুন অসমীয়া ৱেব ছিৰিজ ৰুদ্ৰনীল: উত্তৰপুৰুষে। অনুপম কৌশিক বৰাই পৰিচালনা কৰা এইখন প্ৰথম অসমীয়া ডিটেক্টিভ থ্ৰিলাৰ ৱেব ছিৰিজ। ছিৰিজ খনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে তপন দাস, প্ৰাঞ্জল শইকীয়াই। তদুপৰি এই ছিৰিজখনত অভিনয় কৰিছে বিভূতি ভূষণ হাজৰিকা,নিতালী দাস,মনোজ বৰকটকী লগতে বহু কলা-কুশলীয়ে। আজি হোটেল GATEWAYত মুকলি কৰে ৱেব ছিৰিজখন।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 + 17 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.