Social

ককা- আইতা হ’ল মুকেশ-নীতা আম্বানী! যমজ সন্তানক লৈ ঘৰলৈ উভতিল ঈশা আম্বানী।

শেহতীয়াকৈ মুকেশ-নীতা আম্বানীৰ কন্যা ঈশা আম্বানী যমজ সন্তানৰ মাতৃ হৈছে

আম্বানী পৰিয়ালত আনন্দৰ জোৱাৰ। ককা- আইতা হ’ল মুকেশ-নীতা আম্বানী। শেহতীয়াকৈ মুকেশ-নীতা আম্বানীৰ কন্যা ঈশা আম্বানী যমজ সন্তানৰ মাতৃ হৈছে। শনিবাৰে দুয়োটা সন্তানৰ সৈতে মুম্বাইলৈ উভতি আহে ঈশা আম্বানী। নৱজাতকৰ লগতে ঈশা আম্বানী আৰু তেওঁ স্বামীক বাসগৃহলৈ আদৰণি জনায়। ঈশাক আদৰিবলৈ সুন্দৰকৈ সজাই তোলা হৈছে আম্বানীৰ ঘৰ। ১৯ নৱেম্বৰত আমেৰিকাত ঈশাই জন্ম দিছিল যমজ সন্তান। আৰু মাতৃ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ঘৰলৈ আহিছে কন্যা ঈশা। সেয়ে দেখা গৈছে আম্বানী পৰিয়ালত আনন্দৰ জোৱাৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.