Educationঅসম

ছিপাঝাৰত গুণোৎসৱত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰীৰ

চৰকাৰী শিক্ষানুষ্ঠানত ‘হাইব্ৰীডপ্ৰকল্প’ ৰূপায়ণৰ চিন্তা

◾আজিৰ পৰা আৰম্ভ হোৱা গুণোৎসৱৰ শুভাৰাম্ভণি কৰিলে

◾ছিপাঝাৰত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

◾চৰকাৰী শিক্ষানুষ্ঠানত ‘হাইব্ৰীডপ্ৰকল্প’ ৰূপায়ণৰ চিন্তা

◾অসমীয়াৰ লগতে ইংৰাজী মাধ্যমতো পাঠদানৰ চিন্তা-চৰ্চা

◾দুটা বিষয়ৰ পাঠদান ইংৰাজীত দিয়াৰ পৰিকল্পনা

◾ইতিমধ্যে নলবাৰী গৰ্ডন হাইস্কুলত এই প্ৰক্ৰিয়া আৰম্ভ

◾ৰাজ্যৰ সকলো শিক্ষানুষ্ঠানত পৰ্যায়ক্ৰমে প্ৰযোজ্য হ’ব এই নীতি

◾শিক্ষাবিদ বুদ্ধিজীৱী সমাজৰে আলোচনাত বহিব চৰকাৰ

◾গুণোৎসৱৰ শুভাৰম্ভণি কৰি ছিপাঝাৰত এই কথা ঘোষণা মুখ্যমন্ত্ৰীৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − thirteen =

Back to top button