অপৰাধঅসম আৰক্ষী

বিনা দোষে আৰক্ষীৰ গুলীত গুলীবিদ্ধ ছাত্ৰনেতা?

নগাঁৱত ছাত্ৰনেতালৈ গুলীচালনা আৰক্ষীৰ

◾ নগাঁৱত ছাত্ৰনেতালৈ গুলীচালনা আৰক্ষীৰ।

◾ আৰক্ষীৰ গুলীত গুলীবিদ্ধ ছাত্ৰনেতা কীৰ্তিকমল বৰা।

◾ আৰক্ষীৰ এণ্টি নাৰ্কটিকছ স্কোৱাডে গুলীয়ালে ছাত্ৰনেতাজনক।

◾ কীৰ্তিকমল বৰাক উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ।

◾ ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষী অধীক্ষকৰ বিস্ফোৰক অভিযোগ।

◾ আৰক্ষীক আক্ৰমণ কৰাৰ অভিযোগ কীৰ্তিকমলৰ বিৰুদ্ধে।

◾ ড্ৰাগ্ছ ব্যৱসায়ৰ সৈতে কীৰ্তিকমল জড়িত থকাৰ অভিযোগ আৰক্ষীৰ।

◾ কীৰ্তিকমলৰ পৰা ড্ৰাগ্ছৰ কণ্টেইনাৰ উদ্ধাৰৰ কথা উল্লেখ আৰক্ষীৰ।

◾ আৰক্ষীৰ সমস্ত অভিযোগ অস্বীকাৰ কৰিছে পৰিয়ালৰ লোকে।

◾ আৰক্ষীৰ বিৰুদ্ধে পৰিকল্পিত গুলীচালনাৰ অভিযোগ পৰিয়ালৰ।

◾ বিনা দোষতে আৰক্ষীয়ে কীৰ্তিকমল বৰাক গুলীওৱাৰ অভিযোগ।

◾ ঘটনাৰ উচিত তদন্তৰ দাবী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven − 8 =

Back to top button