AssamCity newsCrimenationalpoliticalঅসমগুৱাহাটীদিল্লীদৈনিক বাতৰিভাৰতৰাজনৈতিক

আতংকিত দিল্লী! ৫০খনৰো অধিক বিদ্যালয়লৈ মেইলযোগে উৰুৱাই দিয়াৰ ভাবুকি

দিল্লীৰ ৫০খন বিদ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

৫০খনৰো অধিক বিদ্যালয়লৈ মেইলযোগে ভাবুকি

সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে বিদ্যালয়ৰ শিক্ষাৰ্থীক

বোমাতংকৰ পাছতেই বিদ্যালয়সমূহ অৰ্ধছুটি ঘোষণা

বাতিল কৰা হ’ল বিদ্যালয়সমূহৰ চলিত পৰীক্ষা

দ্বাৰকা নগৰস্থিত দিল্লী পাব্লিক স্কুলত বোমাতংক

মাডাৰ মেৰী স্কুল, সংস্কৃত স্কুল, এম ই টি স্কুলত বোমাতংক

আৰ্মী পাব্লিক স্কুল, DPS ইণ্টাৰনেচনেল স্কুললৈ ভাবুকি

GD গোৱেংকা, গুৰু হৰকিষাণ পাব্লিক স্কুলতো আতংক

বিদ্যালয়সমূহত বোমাৰ সন্ধানত আৰক্ষীৰ অভিযান

ঘটনাস্থলীত উপস্থিত আৰক্ষী, অগ্নিনিৰ্বাপকৰ দল

আটাইকেইখন বিদ্যালয়ত উপস্থিত বোমা বিশেষজ্ঞ

পুৱা ৪ বজাতে বিদ্যালয়সমূহলৈ আহিছিল মেইল

তাৰ পাছতেই সষ্টম হৈ পৰে আৰক্ষী-প্ৰশাসন

মেইলৰ উৎসক লৈ আৰক্ষীৰ অনুসন্ধান অব্যাহত

দিল্লীৰ অগ্নিনিৰ্বাপক বাহিনীলৈ ধাৰাবাহিক SOS কল

৬০ৰো অধিক SOS কল একাধিক বিদ্যালয়ৰ পৰা

দিল্লীবাসীক আতংকিত নহ’বলৈ আহ্বান প্ৰশাসনৰ

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.