AssamCity newsnationalpoliticalঅসমগুৱাহাটীদিল্লীদৈনিক বাতৰিভাৰতৰাজনৈতিক

দিল্লীত অব্যাহত কৃষক সংগঠনৰ আন্দোলন, দেশজুৰি কৃষকে কৰিব চকা বন্ধ কাৰ্যসূচী……

দিল্লীত অব্যাহত কৃষক সংগঠনৰ আন্দোলন

আজি দেশজুৰি ভাৰত বন্ধৰ আহ্বান

বিয়লি ৪ বজালৈ আছে এই ভাৰত বন্ধ

দেশজুৰি কৃষকে কৰিব চকা বন্ধ কাৰ্যসূচী

দুপৰীয়া ১২ বজাৰ পৰা ৪ বজালৈ চকা বন্ধ

ঠায়ে ঠায়ে কৃষক সংগঠনে ল’ব ব্যৱস্থা

কৃষকৰ ভাৰত বন্ধৰ প্ৰভাৱ উত্তৰ ভাৰতত

দিল্লীত অব্যাহত আছে ১৪৪ ধাৰা

ব্যক্তিসমূহৰ গোটত আছে নিষেধাজ্ঞা

অব্যাহত আছে কৃষক নেতা-কেন্দ্ৰীয় মন্ত্ৰীৰ আলোচনা

বৃহস্পতিবাৰে ৫ ঘণ্টীয়া মাৰাথান আলোচনা

ইয়াৰ মাজতে কৃষকৰ প্ৰতি সমৰ্থন পাঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ

১৩ ফেব্ৰুৱাৰীৰ পৰা অব্যাহত আছে এই আন্দোলন

 

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one + eighteen =

Back to top button