আন্তঃৰাষ্ট্ৰীয়

আমেৰিকাত তুষাৰ ধুমুহাৰ কালৰূপ!ভূপৃষ্ঠৰ ৪ ফুট ওপৰলৈ বৰফ।

ব’ম্ব চাইক্লোনৰ বাবেই আমেৰিকাত মাইনাছ ৪০ ৰ পৰা ৪৫ লৈকে নামিছে তাপমাত্ৰা

আমেৰিকাত ম্লান পৰিলে খ্ৰীষ্টমাছৰ আনন্দ। আমেৰিকাৰ উত্তৰ ভাগত প্ৰকৃতিৰ ভয়ংকৰ ৰূপ। ব’ম্ব চাইক্লোনত নিহতৰ সংখ্যা ৩৪ জনৰো অধিক লোক। ৪ ফুট পৰ্যন্ত বৰফৰ আচ্ছাদনে ঘৰিছে নিউয়ৰ্ক। কানাডাৰ কিউবেকৰ পৰা টেক্সাছলৈ ভয়াৱহ পৰিস্থিতি।

Deadly 'bomb cyclone' is due to reach peak intensity

প্ৰকৃতিৰ ৰুষ্ট ৰূপত এতিয়া শংকিত মাৰ্কিনবাসী। বৰদিনৰ সময়তে এই বিপৰ্যয়ত আমেৰিকাত এতিয়া শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে। ব’ম্ব চাইক্লোনৰ বাবেই আমেৰিকাৰ তাপমাত্ৰা মাইনাছ ৪০ ৰ পৰা ৪৫ লৈকে নামিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.