অসমৰাজনৈতিক

আৰম্ভ হ’ল পৌৰ নিৰ্বাচনৰ ভোট গণনা! কোনে মাৰিব শেষ হাঁহি?

ভিন্ন জিলা, মহকুমা সদৰৰ ৩৬টা কেন্দ্ৰত ভোট গণনা

◾আৰম্ভ হ’ল পৌৰ নিৰ্বাচনৰ ভোট গণনা

◾প্ৰতিটো ভোট কেন্দ্ৰতে খোল খালে EVM

◾বিভিন্ন জিলা, মহকুমা সদৰৰ ৩৬টা কেন্দ্ৰত ভোট গণনা

◾ভাগ্য নিৰ্ণয় হ’ব ৮০ পৌৰ সভাৰ ২,৫৩২গৰাকী প্ৰাৰ্থীৰ

◾ইতিমধ্যে বিজেপিৰ দখলত তিনিখন পৌৰসভা

◾৩খন পৌৰ সভাত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় বিজেপিৰ

◾উত্তৰ গুৱাহাটী, চতিয়া আৰু লামডিং পৌৰ সভাত জয়ী BJP

◾৯৭৭ ৱাৰ্ডৰ বিপৰীতে নিৰ্বাচন অনুষ্ঠিত হৈছে ৯২০টা ৱাৰ্ডত

◾৫৭টা ৱাৰ্ডত বিনাপ্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হৈছে একাংশ প্ৰাৰ্থী

◾দুপৰীয়া ১২ বজাৰ পূৰ্বে ফলাফল ঘোষণাৰ সম্ভাৱনা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 − 5 =

Back to top button