অসমগুৱাহাটীদৈনিক বাতৰিবিশ্বভাৰতমনোৰঞ্জনশিক্ষাশিল্পীসংগীতসংস্কৃতিসাহিত্য

সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ ৯৭সংখ্যক ওপজা দিনত শ্ৰদ্ধাঞ্জলি

আজি সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ ওপজা দিন

৯৭সংখ্যক ওপজা দিনত ৰাজ্যজুৰি স্মৰণ শিল্পীগৰাকীক

ৰাজ্যজুৰি ভাৰতৰত্নৰ ওপজা দিনৰ বৰ্ণাঢ্য অনুষ্ঠান

সজাই-পৰাই তোলা হৈছে জালুকবাৰীৰ সমাধিক্ষেত্ৰও

চৰকাৰৰ উদ্যোগত সমাধিস্থলীত বৰ্ণাঢ্য কাৰ্যসূচী

গোলাঘাটত ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ কেন্দ্ৰীয় অনুষ্ঠান

দীঘলীপুখুৰীপাৰত আছুৰ উদ্যোগত ‘উদ্দীপনা’

৯৭সংখ্যক ওপজা দিনটোত আজি পুৱাই মুখৰিত হৈ পৰিল ভূপেন হাজৰিকাৰ অতিকৈ প্ৰিয় ঠাই ঊষা নগৰী তেজপুৰ

গোলাঘাটত ডঃ ভূপেন হাজৰিকাৰ সাংস্কৃতিক ন্যাসৰ দুদিনীয়া বৰ্ণিল অনুষ্ঠান

১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত শদিয়াৰ এখন আদি গাঁৱত জন্মগ্ৰহণ কৰিছিল যাযাবৰী শিল্পীগৰাকীয়ে। মহান শিল্পীগৰাকীক ১৯৭৭ চনত পদ্মশ্ৰী, ২০০১ চনত পদ্মভূষণ আৰু ২০০৯ চনত অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম ৰত্নৰে সন্মানিত কৰা হৈছিল। লগতে ১৯৯২ চনত তেখেতে চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান দাদা ছাহেব ফাল্কে বঁটাৰে সন্মানিত হৈছিল। ২০১২ চনত ভাৰতৰ চৰকাৰৰ দ্বিতীয় অসামৰিক সন্মান পদ্মবিভূষণ আৰু ২০১৯ চনত সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্নৰে সন্মানিত কৰা হৈছিল শিল্পীগৰাকীক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 5 =

Back to top button