অসমআঞ্চলিকদৈনিক বাতৰি

সোণাপুৰত ড্ৰাগছ মাফিয়াৰ দপদপনি, আৰক্ষীয়ে আটক কৰিলে ড্ৰাগছসহ মাফিয়াক

ৰক্ষীয়ে আটক কৰে এই সৰবৰাহৰ লগত জড়িত ৬জন যুৱকক

ড্ৰাগছৰ বিৰুদ্ধে সষ্টম মহানগৰ আৰক্ষী। ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে অব্যাহত আৰক্ষীৰ অভিযান।

শনিবাৰে নিশা সোণাপুৰৰ নাজিৰাখাট টোলগেটত আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছ। আৰক্ষীয়ে আটক কৰে এই সৰবৰাহৰ লগত জড়িত ৬জন যুৱকক।

সৰবৰাহকাৰীৰ পৰা জব্দ কৰা হৈছে ১ কেজি ২০০ গ্ৰাম হেৰ’ইন। জব্দকৃত ড্ৰাগছখিনিৰ মূল্য প্ৰায় ৭ কোটি টকা।

এখন বলেৰ’ বাহনৰ পৰা জব্দ কৰা হৈছে ড্ৰাগছখিনি।মণিপুৰৰ পৰা গুৱাহাটী অভিমুখী আছিল বাহনখন।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.