Assamঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন, কোনে কোনে লাভ কৰিব বিজেপিৰ প্ৰাৰ্থিত্ব?

ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন

কোনে কোনে লাভ কৰিব বিজেপিৰ প্ৰাৰ্থিত্ব?

কাইলৈ ঘোষণা হ’ব বিজেপিৰ প্ৰাৰ্থী তালিকা

আজি মুখ্যমন্ত্ৰীৰ বাসগৃহত গুৰুত্বপূৰ্ণ বৈঠক

মন্ত্ৰী অজন্তা নেওগে অধ্যক্ষতা কৰিব বৈঠকত

বৈঠকত থাকিব বিজেপিৰ কেন্দ্ৰীয় নেতা

দিল্লীৰ পৰা ভাৰ্ছুৱেলী অংশ ল’ব মুখ্যমন্ত্ৰীয়ে

২৮টা সমষ্টিৰ বাবে ৫৬গৰাকী প্ৰাৰ্থীৰ নাম পেনেলত

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.