AssamCity newsleatest updatenationalpoliticalঅসমগুৱাহাটীদিল্লীদৈনিক বাতৰিভাৰতৰাজনৈতিক

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ন্যায়ালয়ৰ সকাহ, দিল্লীৰ ৰাউজ এভিনিউ ক’ৰ্টে মঞ্জুৰ কৰিলে জামিন আবেদন…….

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ন্যায়ালয়ৰ সকাহ

অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কেজৰিৱালৰ

দিল্লীৰ ৰাউজ এভিনিউ ক’ৰ্টে মঞ্জুৰ কৰিলে জামিন আবেদন

শুকুৰবাৰে মুকলি আকাশৰ তললৈ ওলাব কেজৰিৱাল

দিল্লীৰ সুৰানীতি কেলেংকাৰীত অভিযুক্ত মুখ্যমন্ত্ৰীগৰাকী

২১ মাৰ্চত EDএ গ্ৰেপ্তাৰ কৰিছিল অৰবিন্দ কেজৰিৱালক

১ এপ্ৰিলত তিহাৰ জে’ললৈ প্ৰেৰণ কৰা হৈছিল কেজৰিৱালক

নিৰ্বাচনৰ পূৰ্বে কেজৰিৱালে পাইছিল অন্তৱৰ্তীকালীন জামিন

১০ মে’ত কেজৰিৱালৰ জামিন মঞ্জুৰ কৰিছিল ন্যায়ালয়ে

২ জুনত পুনৰ কাৰাবন্দী হৈছিল অৰবিন্দ কেজৰিৱাল

EDএ বহু অভিযোগ তুলিছিল কেজৰিৱালৰ বিৰুদ্ধে

বাৰম্বাৰ কেজৰিৱালৰ জামিন আবেদন বিৰোধ কৰিছিল EDএ

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 + sixteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.