অসম

শীঘ্ৰেই ঘোষণা হ’ব হায়াৰ ছেকেণ্ডাৰীৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল, টুইটযোগে মুখ্যমন্ত্ৰীয়ে কৰিলে ঘোষণা…

উল্লেখ্য যে, ১৫ মাৰ্চ, ২০২২ৰ পৰা ১২ এপ্ৰিল, ২০২২লৈকে অনুষ্ঠিত হৈছিল হায়াৰ ছেকেণ্ডাৰীৰ পৰীক্ষা

অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে ঘোষণা কৰিলে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফলৰ দিন আৰু সময়।

 

২৭ জুন, সোমবাৰে ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। পুৱা ৯ বজাত ঘোষণা হ’ব পৰীক্ষাৰ ফলাফল। শনিবাৰে, টুইটযোগে পৰীক্ষাৰ ফলাফলৰ তাৰিখ আৰু সময় ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

 

উল্লেখ্য যে, ১৫ মাৰ্চ, ২০২২ৰ পৰা ১২ এপ্ৰিল, ২০২২লৈকে অনুষ্ঠিত হৈছিল হায়াৰ ছেকেণ্ডাৰীৰ পৰীক্ষা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.