খেল

ম্লান পৰিল KKRৰ হাঁহি, CSKৰ হাতত জিলিকিছে বিজয়ৰ ট্ৰফী…

উল্লেখ্য যে, ৯ বাৰকৈ IPL খেলা CSKয়ে চতুৰ্থ বাৰৰ বাবে বিজয়ীৰ ট্ৰফী পাবলৈ সক্ষম হয়।

অন্ত পৰিল দীৰ্ঘদিনীয়া উৎকন্ঠাৰ। ক্ৰিকেট অনুৰাগীৰ মুখত হাঁহি বিৰিঙাই অৱশেষত আহিল সুখবৰটো।

উত্তেজনাপূৰ্ণ IPL খেলৰ অন্তত Kolkata Knight Riders (KKR)ক ২৭ ৰানত পৰাভূত কৰে Chennai Super Kings (CSK)য়ে। ডুবাইত অনুষ্ঠিত হোৱা খেলখনত বিজয়ীৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় CSK। মহেন্দ্ৰ সিং ধোনীৰ CSKই IPLৰ ফাইনেলত পৰাস্ত কৰে দুবাৰৰ IPLৰ বিজয়ী KKRক।

CSKৰ ফেফ ডুপ্লেছিছে ৮৬টা ৰান অফ, ৫৯টা চেলিভাৰীৰে ১৯২ স্কৰ কৰিবলৈ সক্ষম হয়। অন্যহাতে, KKRয়ে কেৱল মাত্ৰ ১৬৫ স্কৰ কৰিবলৈহে সক্ষম হয়।

উল্লেখ্য যে, ৯ বাৰকৈ IPL খেলা CSKয়ে চতুৰ্থ বাৰৰ বাবে বিজয়ীৰ ট্ৰফী পাবলৈ সক্ষম হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.