অপৰাধদৈনিক বাতৰি
নাগালেণ্ডৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ৰ প্ৰতিক্ৰিয়া
ঘটনাক দুৰ্ভাগ্যজনক আখ্যা মুখ্যমন্ত্ৰীগৰাকীৰ
◾ নাগালেণ্ডৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ৰ প্ৰতিক্ৰিয়া
◾ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা মুখ্যমন্ত্ৰীগৰাকীৰ
◾ অ’টিঙত সাধাৰণ জনতাৰ ওপৰত চলা আক্ৰমণত হতাশ মুখ্যমন্ত্ৰীগৰাকী
◾ ঘটনাত নিহতৰ পৰিয়ালক সমবেদনা জ্ঞাপন
◾ আহতসকলৰ শীঘ্ৰে আশু আৰোগ্য কামনা
◾ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ আশ্বাস
The unfortunate incident leading to killing of civilians at Oting, Mon is highly condemnable.Condolences to the bereaved families & speedy recovery of those injured. High level SIT will investigate & justice delivered as per the law of the land.Appeal for peace from all sections
— Neiphiu Rio (@Neiphiu_Rio) December 5, 2021

