অভিনয়মনোৰঞ্জন

তেলেগু ছবিৰ মুখ্য চৰিত্ৰত অভিনয় কাৰ্বি আংলঙৰ জীয়ৰী!

যাৰ বলিষ্ঠ অভিনয়ে মায়ানগৰী মুম্বাইত স্বীকৃতি পাবলৈ সক্ষম হৈছে।

অসমবাসীলৈ সু খবৰ। ইজনৰ পিছত সিজন অভিনেতা- অভিনেত্ৰীক দেখা গৈছে দাক্ষিণাত্যৰ ছবিৰ লগতে বলীউদত ছবিত অভিনয় কৰাৰ। এইবাৰ দাক্ষিণাত্যৰ ছবিত অভিনয় কৰিবলৈ সুবিধা পাইছে কাৰ্বি আংলং বকলীয়াঘাটৰ জীয়ৰী স্মৃতাৰাণী বৰাই। অসম জীয়ৰী স্মৃতাৰাণী বৰাই অভিনয় কৰিছে তেলেগু ছবি ’গ্ৰন্ধালায়ম’ত।

যাৰ বলিষ্ঠ অভিনয়ে মায়ানগৰী মুম্বাইত স্বীকৃতি পাবলৈ সক্ষম হৈছে। এইবাৰ স্মৃতাৰাণী বৰাই তেলেগু ছবি ’গ্ৰন্ধালায়ম’ত অভিনয় কৰিবলৈ সুবিধা পাইছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen + 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.