শ্ৰেণীবিহীন

১০দিনত কামৰূপ মেট্ৰত ৮৭০ ক’ভিড ৰোগী চিনাক্ত

মঙলবাৰে ৩৫৩গৰাকীলৈ বৃদ্ধি ক’ভিড ৰোগীৰ সংখ্যা

◾ মঙলবাৰে ৩৫৩গৰাকীলৈ বৃদ্ধি ক’ভিড ৰোগীৰ সংখ্যা

◾ কামৰূপ মহানগৰত আক্ৰান্ত ১৫২গৰাকী

◾ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ১০৩ৰ পৰা ১৫২লৈ

◾ বৃদ্ধি পাইছে পূজাত হোৱা জনসমাগমৰ বাবেই

◾ দুই-তিনিদিন চাই ব্যৱস্থা ল’ব লাগে চৰকাৰে

◾ এনেদৰে থাকিলে সাৱধানতা লোৱাটো প্ৰয়োজনীয়

◾ কামৰূপ মেট্ৰত ১০দিনত ৮৭০ ক’ভিড ৰোগী চিনাক্ত

◾ ক’ভিড আক্ৰান্তৰ দ্বিতীয় স্থানত আছে যোৰহাট

◾ আগন্তুক দিনত দুৰ্গাপূজাৰ দৰে পৰিৱেশ সৃষ্টি নকৰিবলৈ আহ্বান

◾ এই মন্তব্য GMCHৰ অধীক্ষক অভিজিৎ শৰ্মাৰ

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 + ten =

Back to top button