অসমগুৱাহাটীজন্তুদৈনিক বাতৰিভাৰতমনোৰঞ্জনৰাজনৈতিক

কাজিৰঙাৰ গজ মহোৎসৱৰ দিনাই গজৰাজৰ জলকেলিৰ নয়নাভিৰাম দৃশ্য উপভোগ কৰিলে উজনি-নামনি যাত্ৰীয়ে

এই দৃশ্য ৰাষ্ট্ৰীয় উদ্যানখনৰ কাঞ্চনজুৰিৰ ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এখন বিলৰ।

কাজিৰঙাৰ গজ মহোৎসৱৰ দিনাই গজৰাজৰ জলকেলিৰ নয়নাভিৰাম দৃশ্য উপভোগ কৰিলে উজনি-নামনি যাত্ৰীয়ে।

এই দৃশ্য ৰাষ্ট্ৰীয় উদ্যানখনৰ কাঞ্চনজুৰিৰ ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এখন বিলৰ।

একেলগে কেইবাটাও বন্যহস্তীয়ে সন্তানৰ সৈতে বিলত নামি শুৰৰে পানী ছটিয়াই আত্মাহাৰা হৈ পৰিছে।

গজৰাজৰ জলকেলিৰ এপলক মুহূৰ্ত নয়নভৰি উপভোগ কৰি আনন্দিত হৈ পৰিল পথাচাৰী¸পৰ্যটক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.