অপৰাধঅসম

তিনিদিনৰ দুৰ্নীতি নিবাৰক শাখাৰ জিম্মালৈ সচিবালয়ৰ ঘোচখোৰ সীমা দেৱী

মঙলবাৰে জিলা ও সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰোৱা হৈছিল সীমা দেৱী আৰু ৰবীন সিং থাপাক

⚫তিনিদিনৰ দুৰ্নীতি নিবাৰক শাখাৰ জিম্মালৈ সীমা দেৱী আৰু ৰবীন সিং থাপা

⚫৪০০০ টকাৰ ঘোচ লৈ হাতে-লোটে ধৰা পৰিছিল সীমা দেৱী

⚫দৰমহাৰ ফাইল মুকলিৰ বাবে সীমা দেৱীয়ে বিচাৰিছিল ধন

⚫মঙলবাৰে জিলা ও সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰোৱা হৈছিল দুয়োকে

⚫শীঘ্ৰেই জালত পৰিব পাৰে সচিবালয়ৰ ঘোচখোৰ বিষয়া

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 1 =

Back to top button