Assamroad accidentঅসমদৈনিক বাতৰি

জামুগুৰিহাটত ভয়ংকৰ পথ দুৰ্ঘটনা, টাটা Hariar আৰু স্কৰপিঅ’ বাহনৰ মুখামুখি সংঘৰ্ষ

জামুগুৰিহাটত ভয়ংকৰ পথ দুৰ্ঘটনা, টাটা Hariar আৰু স্কৰপিঅ’ বাহনৰ মুখামুখি সংঘৰ্ষ

জামুগুৰিহাটত ভয়ংকৰ পথ দুৰ্ঘটনা

টাটা Hariar আৰু স্কৰপিঅ’ বাহনৰ মুখামুখি সংঘৰ্ষ

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ১০জনকৈ লোক

আহত ৪জনৰ অৱস্থা অতি সংকটজনক

প্ৰচণ্ড খুন্দাত দ’ খাৱৈত বাগৰি পৰিল স্কৰপিঅ’ বাহন

নৱনিৰ্মিত উৰণ সেতুৰ তলত এই দুৰ্ঘটনা

ৰাষ্ট্ৰীয় পথত সংকেত নথকাৰ ফলত দুৰ্ঘটনাৰ সন্দেহ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.