leatest updateঅসমদৈনিক বাতৰি

অসমত নিৰ্বাচন আয়োগৰ শুনানিৰ কিছু সালসলনি।

১৯, ২০ আৰু ২১ জুলাইত শুনানি গ্ৰহণ কৰিব অসমত নিৰ্বাচন আয়োগে।

অসমত নিৰ্বাচন আয়োগৰ শুনানিৰ কিছু সালসলনি

১৯, ২০ আৰু ২১ জুলাইত শুনানি গ্ৰহণ কৰিব ECএ

সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ খচৰাৰ শুনানি ল’ব অসমত

১৯ জুলাইত কলাক্ষেত্ৰত দিনৰ ২ বজাৰ পৰা শুনানি

কলাক্ষেত্ৰৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত হ’ব ৫খন জিলাৰ শুনানি

কামৰূপ (ম), পশ্চিম কাৰ্বি আংলং, চিৰাং, বাক্সা, ডিমা হাচাওৰ শুনানি

প্ৰেক্ষাগৃহত ৩নম্বৰ হলত হ’ব কামৰূপ মহানগৰ জিলাৰ শুনানি

মাধৱদেৱ প্ৰেক্ষাগৃহত ওদালগুৰি, কাৰ্বি আংলং, কোকৰাঝাৰৰ শুনানি

২০ জুলাইত পুৱা ৯.৩০ বজাৰ পৰা ১৩খন জিলাৰ শুনানি

কলাক্ষেত্ৰৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত গোৱালপাৰা, বঙাইগাঁও

বৰপেটা, নলবাৰী, শোণিতপুৰ আৰু কৰিমগঞ্জ জিলাৰ শুনানি

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহৰ ৩নং হলত শুনানি

দৰং, হাইলাকান্দি, কাছাৰ, দক্ষিণ শালমাৰা জিলাৰ শুনানি

মাধৱদেৱ প্ৰেক্ষাগৃহত নগাঁও, মৰিগাঁও, ধুবুৰী জিলাৰ শুনানি

২০ জুলাইত বিয়লি ৩.৩০ বজাত ৰাজনৈতিক দলৰ মতামত গ্ৰহণ

২১ জুলাইত পুৱা ৯.৩০ বজাৰ পৰা ৯খন জিলাৰ শুনানি

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত তিনিচুকীয়া, ধেমাজি, লখিমপুৰৰ শুনানি

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহৰ ৩নং হলত শিৱসাগৰ, যোৰহাট জিলাৰ শুনানি

মাধৱদেৱ প্ৰেক্ষাগৃহত ডিব্ৰুগড়, চৰাইদেউ, গোলাঘাট, মাজুলীৰ শুনানি

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 + 6 =

Back to top button