leatest updateSocialঅপৰাধঅসমউৎসৱগুৱাহাটীদৈনিক বাতৰিভাৰতসংস্কৃতি

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ বিশেষ উপহাৰ।

কাকপথাৰৰ এগৰাকী মহিলাই তাঁতশালত বৈ উলিয়াইছে এখন গামোচা। কি আছে সেই গামোচাখনত?

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ বিশেষ উপহাৰ। কাকপথাৰৰ এগৰাকী মহিলাই তাঁতশালত বৈ উলিয়াইছে এখন গামোচা। গামোচাখনত খোদিত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামকে ধৰি কেইবাশাৰী বাক্য। গামোচাখন মুখ্যমন্ত্ৰীক নিজ হাতেৰে প্ৰদান কৰাৰ হেঁপাহ চেঙেলীজান গাঁৱৰ অৱন্তী চুতীয়াৰ। তাঁতশালতে জুৰিলে নিজে ৰচা যোজনা, গালে বিহু নাম ৷

ইতিমধ্যে মূখ্যমন্ত্ৰী গৰাকীক নিজ হাতেৰে গামোচা খন উপহাৰ স্বৰূপে প্ৰদান কৰিবলৈ যোগাযোগ কৰিছে স্থানীয় বিধায়ক বলিন চেতিয়াৰ সৈতে৷ বিধায়ক গৰাকীয়ে মহিলাগৰাকীক ইতিমধ্যে প্ৰদান কৰিছে ইতিবাচক সঁহাৰি ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − seventeen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.