অসমৰাজনৈতিক

৫ টা সমষ্টিতে উপ-নিৰ্বাচনৰ ভোটগণনা অব্যাহত আছে আৰু পাচোটা সমষ্টিতে বিজেপি প্ৰাৰ্থী জয়ী হোৱাৰ দিশে

পাচোটা সমষ্টিতে বিজেপি প্ৰাৰ্থী জয়ী হোৱাৰ দিশে

৫ টা সমষ্টিতে উপ-নিৰ্বাচনৰ ভোটগণনা অব্যাহত আছে আৰু পাচোটা সমষ্টিতে বিজেপি প্ৰাৰ্থী জয়ী হোৱাৰ দিশে আগবাঢ়িছে।

গোসাইগাঁৱত পঞ্চম ৰাউণ্ডত ইউ পি পি এলৰ জিৰণ বসুমতাৰীয়ে অগ্ৰগতি লাভ কৰি আছে।

ভৱানীপুৰ সমষ্টিত বিজেপি প্ৰাৰ্থী ফণী তালুকদাৰে আগবাঢ়ি আছে প্ৰায় ২৯ হাজাৰ ভোটৰ ব্যৱধানত।

মৰিয়নি সমষ্টিত আগবাঢ়ি আছে বিজেপিৰ ৰূপজ্যোতি কুৰ্মী। চতুৰ্থ ৰাউণ্ডৰ অন্তত ৰূপজ্যোতি কুৰ্মী আগবাঢ়ি আছে ২১,৮৮৩ টা ভোটত আগবাঢ়ি আছে।

তামুলপুৰত দ্বীতীয় ৰাউণ্ডৰ অন্ততত ইউ পি পি এলৰ জলেন দৈমাৰী আগবাঢ়ি আছে ১৭ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে।

২৪,২৬৩ টা ভোটতত আগবাঢ়ি আছে জিৰণ বসুমতাৰী।

সপ্তম ৰাউণ্ডৰ অন্তত থাওৰা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁই আগবাঢ়ি আছে ১৬,১২৯ টা ভোটৰ ব্যৱধানত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.